Posts

Showing posts from February, 2020

ৰ'দ বৰষুণৰ স্তৱক

ক।। যাযাবৰী অভিমানটোৱে বাহ সাজি ক'লে পেনপেনীয়া বৰষুণে ভিজাব নোৱাৰে কলিজা খ।। ৰাতিবোৰ দুপৰীয়া আৰু গীতবোৰ নদী সময়ৰ পাৰবন্ধা জীৱন পিছলিবৰ ভয়।