ৰ'দ বৰষুণৰ স্তৱক

ক।।

যাযাবৰী অভিমানটোৱে
বাহ সাজি ক'লে
পেনপেনীয়া বৰষুণে
ভিজাব নোৱাৰে কলিজা

খ।।

ৰাতিবোৰ দুপৰীয়া
আৰু গীতবোৰ নদী
সময়ৰ পাৰবন্ধা জীৱন
পিছলিবৰ ভয়।

Comments

Popular posts from this blog

তথ্য উদ্ধাৰ -১ শকাব্দ/ খ্ৰীষ্টাব্দ

অনুগল্প

মহা মহা পুৰুষৰ চানেকিৰে জীৱন (খ)