তথ্য উদ্ধাৰ -১ শকাব্দ/ খ্ৰীষ্টাব্দ


শক আৰু ইংৰাজী চনৰ মাজৰ পাৰ্থক্য:
শকাব্দ হিচাপে অসমীয়া সৌৰবৰ্ষ নিৰ্ণয় কৰা হৈছিল। এতিয়া ধৰি ললো ১১৫০ শকাব্দক খ্ৰীষ্টাব্দত প্ৰকাশিত কৰিব লাগে। হিচাপটো এনেকুৱা হ'ব: ১১৫০ শকাব্দ ১৩ আহাৰ ১২২৮ খ্ৰীষ্টাব্দ ২৭/২৮ জুলাই । দুয়োটিৰ মাজত ৭৮ বছৰৰ পাৰ্থক্য আছে। মানে খ্ৰীষ্টাব্দত ৭৮ বছৰ বিয়োগ কৰি শকাব্দ নিৰ্ণয় কৰা হয়। কিন্তু তাৰিখ নিৰ্দিষ্টকৈ ক'ব নোৱাৰি কাৰণ মাহবোৰৰ দিনৰ সংখ্যা ৩০ ৰ পৰা ইফালে সিফালে হয়।

Comments

Popular posts from this blog

অনুগল্প

মহা মহা পুৰুষৰ চানেকিৰে জীৱন (খ)