Posts

Showing posts from February, 2023

অনুভৱৰ কোঁহে কোঁহে

অসংলগ্ন, আধৰুৱা কথাবোৰ, বাংময় সময়বোৰ এগিলাছ ফলৰ ৰস হৈ পৰে ভিটামিন, খনিজ অথবা ফাইবাৰপুষ্ট সতেজ ৰসে শৰীৰক দিয়া পৰিপূৰ্ণতাখিনি কেতিয়াবা এটা ইংগিতেও পৰিপূৰ্ণ কৰি তোলে শৰীৰ আৰু মন দুয়োটাই বিচাৰে ক্ষনিকৰ পূৰ্ণতা