অনুভৱৰ কোঁহে কোঁহে

অসংলগ্ন, আধৰুৱা কথাবোৰ,
বাংময় সময়বোৰ
এগিলাছ ফলৰ ৰস হৈ পৰে
ভিটামিন, খনিজ অথবা ফাইবাৰপুষ্ট
সতেজ ৰসে শৰীৰক দিয়া পৰিপূৰ্ণতাখিনি
কেতিয়াবা এটা ইংগিতেও
পৰিপূৰ্ণ কৰি তোলে

শৰীৰ আৰু মন
দুয়োটাই বিচাৰে ক্ষনিকৰ পূৰ্ণতা

Comments

Popular posts from this blog

তথ্য উদ্ধাৰ -১ শকাব্দ/ খ্ৰীষ্টাব্দ

অনুগল্প

মহা মহা পুৰুষৰ চানেকিৰে জীৱন (খ)