Posts

Showing posts from July, 2020

জ্ঞান বৃক্ষৰ ডাল

জীৱনে তিনিপ্ৰকাৰৰ মানুহৰ পৰা দুৰত থাকিবলে কয় ১/ যিয়ে মিছা অভিমান কৰি আতৰি গৈছে, তেওঁ আপোনাৰ পৰা বা দায়িত্বৰ পৰা হাত সাৰিবলে তেনেকুৱা কৰিছে ২/ যিয়ে হকে বিহকে দোষ দেখে, তেওঁৰ কিবা স্বাৰ্থত আঘাত হোৱাৰ পৰা দুৰত ৰাখিবলে আপোনাক আঁতৰত ৰখাৰ উদ্দেশ্যে তেনেকুৱা কৰে৷ ৩/ অৰ্ধসত্য কোৱাজন৷ তেওঁ সাংঘাতিক ধৰনৰ অপকাৰ কৰাৰ মানস কৰি তেনেকুৱা কৰে৷

কেলেণ্ডাৰ

ৰিমনে কেলেণ্ডাৰ খনলৈ চকু ফুৰাই থকা বাবে মনোজে হাঁহিলে। কাম নাই বুজিছ, কাম নাই। মনোজৰ হাঁহি আৰু মন্তব্য শুনি ৰিমনে সুধিলে কি হ'ল, মই কি চাই আছোঁ, তই কি জান, কাম নাই বুলি কৈছ যে? ...

ভগা আইনা ২

(ক) আনদিনাৰ দৰেই গীতিকাই জয়ন্তক ভাত বাঢ়ি দিলে। ৰাতিৰ হাঁহৰ মাংসখিনিও গৰম কৰি দিলে। জয়ন্তই ভাত খোৱা হোৱালৈকে গীতিকাৰ তামোল কাটি বটাত সজোয়া হৈ গৈছে। ৰুহিক উঠিবলৈ আকৌ ...