জ্ঞান বৃক্ষৰ ডাল

জীৱনে তিনিপ্ৰকাৰৰ মানুহৰ পৰা দুৰত থাকিবলে কয়
১/ যিয়ে মিছা অভিমান কৰি আতৰি গৈছে, তেওঁ আপোনাৰ পৰা বা দায়িত্বৰ পৰা হাত সাৰিবলে তেনেকুৱা কৰিছে
২/ যিয়ে হকে বিহকে দোষ দেখে, তেওঁৰ কিবা স্বাৰ্থত আঘাত হোৱাৰ পৰা দুৰত ৰাখিবলে আপোনাক আঁতৰত ৰখাৰ উদ্দেশ্যে তেনেকুৱা কৰে৷
৩/ অৰ্ধসত্য কোৱাজন৷ তেওঁ সাংঘাতিক ধৰনৰ অপকাৰ কৰাৰ মানস কৰি তেনেকুৱা কৰে৷

Comments

Popular posts from this blog

তথ্য উদ্ধাৰ -১ শকাব্দ/ খ্ৰীষ্টাব্দ

অনুগল্প

মহা মহা পুৰুষৰ চানেকিৰে জীৱন (খ)