:ফটাৰিপৰ্ট :1
:ফটাৰিপৰ্ট :
ধৰি ল'লো মিলিন্দ চোমান ( সৰুতে বিস্ময়ৰ পাতত সুমন বুলিহে পাইছিলো ) আহি নলবেৰীয়া অংকিতাৰ দেউতাকৰ লগত কথা পাতিছে। মিলিন্দ চোমানে কেনেকৈ অংকিতাৰ কাৰনে কথা পাতিছিল এবাৰ শুনি লওচোন --- : আপুনিটো চাগে গম পাইছেই, অলপ লাজ ভাৱ মুখত : কি কথা বাপা? : এই মানে মইযে অংকিতাক, মানে ভালপাও, মানে বিয়া..... : বাপাঔ, তোৰো কম চকু নহয় দেই? তোৰ বয়সত মই.... : খং কেলেই কৰিছে। মইটো মাত্ৰ ৫০... : কি বাপা, ৫০ ক মাত্ৰ বুলি কৈছা, মই টকাৰ নহয় বয়সৰ কথা কৈ আছো। : তথাপি দিয়কচোন, মোৰনো কি বয়স হৈছে? বিজয়দা, মাল্যযে তেওৰ তুলনাত... : ৰ' তই মোৰ আগত বেচি জানাডাল দেখাব নালাগে। আজিৰ দিনত আপাছলি ২৫ বছৰত বিয়া কৰাই, তই ..... নাই বাপা মই মোৰ আপী দিবা নৰু। তই যা : খং নকৰিব, প্ৰেচাৰ বাঢ়িব , স্ট্ৰোক আহিব, ভগৱানে নকৰক, কিবা এটা বেয়া হ'ব লাগিলেতো... মোৰ কথা বেলেগ, মই নিতৌ দৌৰো, সাতোৰো, স্ট্ৰংমেন বুজিছে নহয়। : বুজিছো বাপা তই মোৰ আপী নিহে পাছ ছাড়িবি। দিলো তোক আপী। কিন্তু এটা কথা, মোৰ আপীক কস্ট দিলে? : বুজিছো দিয়ক। দাদা শহুৰ বুলি আপোনাক সেৱাহে জনালো। কৃষ্ণ কৃষ্ণ। : বাপ আৰ্শীবাদ থাকিল।

Comments
Post a Comment