ৰেচিপি 2

ৰেচিপি : কলপচলা কলপচলা মই ৰান্ধিলে মাৰ নিচিনা সোৱাদ নহয়, বেয়া লাগে। সেয়ে বেলেগ ধৰনে ৰান্ধিলো। উপকৰণ : কলপচলা , পিয়াজ এটা, আদা বটা, নহৰু বটা, হালধি ,নিমখ, জলকীয়া গুৰি, তেল প্ৰয়োজন অনুসৰি, দৈ আধাকাপ। প্ৰণালী : কলপচলাডোখৰ গোলগোলকে কাটিলো, একেদৰে পিয়াজখিনিও। এটা পাত্ৰত কচপচলাখিনি মচলাখিনিৰে সানি ২০ মিনিটমান থৈ দিলো। কেৰাহীত তেল গৰম হব দি পচলাখিনি দি দিলো। ভজাহোৱাত অলপ ভজা বাদাম দি পৰিবেশন কৰিলো।

Comments

Popular posts from this blog

তথ্য উদ্ধাৰ -১ শকাব্দ/ খ্ৰীষ্টাব্দ

অনুগল্প

মহা মহা পুৰুষৰ চানেকিৰে জীৱন (খ)