সৰাপাতৰ জীৱনগাঁথা

সৰাপাতৰ জীৱনগাঁথা

সেউজীয়াৰ সম্ভাৱনা মোৰ জন্মলগ্নত পৰিক্ৰমা মাথো ইটোৰ পৰা আনটোলৈ। আকাশ চুবলৈ প্ৰসাৰিত কৰিলো মোৰ দুবাহু, শিৰা মোৰ সহচৰ।


বতাহ মোৰ নীৰৱ সঙ্গী দুয়ো গাও জীৱন সঙ্গীত। অটুট বিশ্বাসৰে সংযুক্ত বৃন্তৰ সতে মই মূলৰ লগত ইয়েইযে যোগসুত্ৰ। কৈশোৰ, যৌৱন বাৰ্ধক্য সকলোৰে নিজা ৰং সকলোতে নিজস্বতা হাজাৰৰ ভীৰত পাহৰি গলো মোৰেই ক্ষুদ্ৰতা সময়ৰ গতিত হৈ গলো বিধস্ত বিিচ্ছন্ন আজি মূলৰ পৰা

Comments

Popular posts from this blog

তথ্য উদ্ধাৰ -১ শকাব্দ/ খ্ৰীষ্টাব্দ

অনুগল্প

মহা মহা পুৰুষৰ চানেকিৰে জীৱন (খ)