মৰিচীকা

মৰিচীকা অহাৰ দৰেই আতৰি গলা ছতিয়াই এবুকু হুমুনিয়াহ গোট মৰা হিম টুকুৰা ৰৌদ্ৰস্নাত হ'ল আকৌ এবাৰ ক্ষণভংগুৰ এই মূহুৰ্ত শামুকৰ সোলা হৈ পৰি ৰ'ল জীৱন টতত বিমূৰ্ত কোলাহল দুয়োৰে চৌপাষে আৰু আমি আগবাঢ়ো কস্তুৰিৰ সন্ধানত।।

Comments

Popular posts from this blog

তথ্য উদ্ধাৰ -১ শকাব্দ/ খ্ৰীষ্টাব্দ

অনুগল্প

মহা মহা পুৰুষৰ চানেকিৰে জীৱন (খ)