অনুগল্প ৪৯- কাৰ্য্যসূচী
অনুগল্প ৪৯- কাৰ্য্যসূচী
প্ৰজেক্ট ডাইৰেক্টৰ হিচাপে কাৰ্য্যভাৰ লৈয়ে আৰুণিকা অফিচলৈ আহিল। বহুত কাম আছে। কিন্তু তাই জানে এই প্ৰজেক্ট সাফল্যমন্ডিত কৰিবলৈ দৰকাৰী এটাও বস্তু তাইৰ হাতত নাই। তাইৰ কিয়, কম্পেনীৰ হাততেই নাই, নাহেও। অফিচত বহি তাই লেপটপটো অন কৰিলে। লেপটপটোৱে নিজৰ সকলো দক্ষতা আৰু সক্ষমতা পৰ্য্যালোচনা কৰিহে কাম আৰম্ভ কৰে। সকলো ধৰনৰ কম্পিউটাৰেই এনেকুৱা কৰে। যন্ত্ৰ এটাই নিজৰ কাৰ্য্য কৰাৰ আগতে সকলো দিশ পৰ্য্যবেক্ষণ কৰে, কিন্তু মানুহে? স্বাৰ্থলোভী মানুহ জাতিটোৰ কথা ভাৱি তাইৰ ওঁঠৰ কোণত বিদ্ৰুপৰ হাঁহি বিৰিঙি গ'ল।

Comments
Post a Comment