পংক্তি

পংক্তি
নতুন কি পুৰনি কি? নতুনবোৰ দেখোন পুৰনি টকাটোৰ সিপিঠি আৰু পুৰনিবোৰ!! একেই মাথো কেঁকুৰিটোৰ নমনাভাগ। আগুৱাবটো লাগিবই বিৱৰ্তনৰ পথ নতুন কি পুৰনি কি!!

Comments

Popular posts from this blog

তথ্য উদ্ধাৰ -১ শকাব্দ/ খ্ৰীষ্টাব্দ

অনুগল্প

মহা মহা পুৰুষৰ চানেকিৰে জীৱন (খ)