আহ্বান Get link Facebook X Pinterest Email Other Apps - August 09, 2018 আহ্বান তুমি অভিমান কৰি থাকিবা দেই কেতিয়াবা মেঘ হৈ কেতিয়াবা পাহাৰী ঝৰ্ণা হৈ আৰু কেতিয়াবা গোটমাৰি থাকিবা হিমশিলাৰ দৰে Get link Facebook X Pinterest Email Other Apps Comments
তথ্য উদ্ধাৰ -১ শকাব্দ/ খ্ৰীষ্টাব্দ - August 28, 2020 শক আৰু ইংৰাজী চনৰ মাজৰ পাৰ্থক্য: শকাব্দ হিচাপে অসমীয়া সৌৰবৰ্ষ নিৰ্ণয় কৰা হৈছিল। এতিয়া ধৰি ললো ১১৫০ শকাব্দক খ্ৰীষ্টাব্দত প্ৰকাশিত কৰিব লাগে। হিচাপটো এনেকুৱা হ'ব: ১১... Read more
অনুগল্প - July 02, 2018 অনুগল্প : ১) ৰং সততা আৰু নিস্থাৰ আমোঘ মন্ত্ৰ গোটেই জীৱন গাই ফুৰা লম্বোদৰ বৰুৱাই গমেই নাপালে কেতিয়া সময় সলনি হ'ল আৰু নিজৰ পুত্ৰৰ ভৱিষ্যতৰ দোহাৰি দি তেঁওক সদায় অনুপ্ৰেৰণা দিয়া শ্ৰীমতীয়ে তেওঁৰ জালচহীটো কৰি বেলতলাত ফ্লেট কিনিলে । সহধৰ্মিনীয়ে কেতিয়া ৰং সলনি কৰিলে বৰুৱাই গমেই নাপালে। ২) মুখা গধূলিপৰত গেলা মদ বিক্ৰী বন্ধ কৰিব লাগে বুলি সদৰত ধৰ্না দি ঘুৰি আহোতে ৰমেনে বিশ্ব দোকানীৰ দোকানৰ পিছফালে সোমাই গ'ল সুৰসুৰকে। ইমান চিঞঁৰি তাৰ ডিঙিতো শুকাই গৈছে, তিয়াই ঘৰলে যোৱাই ভাল!! ৩) পৰীক্ষা পৰীক্ষাগৃহত মেকআপেৰে নিজক উজলাই তোলা বাইদেউগৰাকীয়ে বাৰে বাৰে মুৰটো জুপিয়াই থকা দেখি আগবাঢ়িল তৰুণ চাৰ। অহ, বাইদেৱে লগত কিতাপৰ পৃস্ঠা দুটামানত চকুফুৰাই আছে, লগতে লিখিও গৈ আছে। তৰুণ চাৰে দুবাৰো সাৱধান হ'বলৈ কোৱাতো তেখেতে পাত্তাই দিয়া নাই। তৰুণ চাৰে উত্তৰবহীতো কাঢ়ি আনোতে দেখিলে, বিষয় : সমাজসেৱা । ৪) ইন্টাৰভিউ নিজৰ মুৰটো আছুৰি কাপোৰযোৰ পিন্ধাৰ বাহিৰে অন্য দিশত চকু দিবলৈ ৰূপাৰ আহৰি নাই । পিচে আজি চাকৰিটোৰ ইন্টাৰভিউ দিবলে ভালকে নগ'লেতো নহব বুলি ভনীয়েকে ইস্ট্ৰী কৰি দিয়া কাপোৰযোৰ ... Read more
মহা মহা পুৰুষৰ চানেকিৰে জীৱন (খ) - July 02, 2018 মহা মহা পুৰুষৰ চানেকিৰে জীৱন (খ) (৬) শব্দৰ মিতব্যয়িতা আৰু পেৰাগ্ৰাফ বা শব্দৰ নিৰৱধী গুনটো সন্তুলিত কৰি ৰখাৰ কায়দা যদি কোনোৱে শিকিব খোজে তেন্তে ভৱেন্দ্ৰ নাথ শইকীয়া ছাৰৰ যিকোনো এখন কিতাপৰ যিকোনো এটি পৃস্ঠা তুলি ল'লেই হৈ গ'ল। মোৰ দৃস্টিত তেখেতৰ নিচিনা প্ৰতিভাক জুখি চাবলৈ, তেখেতৰ যিকোনো পুথিৰ এখিলা পাত পঢ়ি বুজিব যদি পাৰিছো, তেন্তে অন্য আহিলা বা সঁজুলিৰ প্ৰয়োজন নাই। এইজনা মনিষীৰ অন্য এক দিশ মই অলপতে পঢ়িব পাইছিলো, এই সুযোগতে সেইখিনি কথা লিখিব লৈছো, ( অচিন লেখক জনলৈ ইয়াতেই অনুমতি বিচাৰিছো।) আৰোহণৰ ঘৰটো সাজি থকা সময়ৰ কথা হেনো। মিস্ত্ৰী কেইজন সেই অজ্ঞাত লেখকৰ ভাড়াঘৰৰ ওচৰতে থাকিছিল। এদিন সন্ধিয়া মিস্ত্ৰী কেইজনে ৰাতিৰ সাজ খাবলৈ তেখেতক মাতিলে। কথাৰ মাজতে ক'লে যে সদায় সিহঁতে কাম কৰোতে দহ- পোন্ধৰ মিনিট সময় অতিৰিক্ত কৰি দিছিল, কিবা কিবি কাৰনত, কোনেও জোৰ কৰা নাছিল। যিদিনা সিহতক কামৰ পইচা দিলে, তেতিয়া দেখিলে যে অলপ পইচা বেচিকে দিছে। মিস্ত্ৰী কেইজনে হিচাপত ভুল হোৱা বুলি কোৱাত এই মহান মনিষী গৰাকীয়ে ক'লে যে হিচাপ থিকেই আছে। মাত্ৰ সিহঁতে সদায় কৰা অতিৰিক্ত দহ- পোন্ধৰ মিনিটৰ হিচাপ মতে... Read more
Comments
Post a Comment