জ্ঞানপ্ৰপাত

জ্ঞানপ্ৰপাত


অজ্ঞানতাৰ আন্ধাৰ আতৰাই
উন্মোচন কৰিলা জ্যোতিৰ দুৱাৰ
জ্ঞান সাগৰৰ মানিকী মধুৰি
বুটলিলো আঁছল ভৰাই
ব্ৰহ্মা, বিষ্ণু নে মহেশ্বৰ
ৰূপবোৰ অবোধ্য আমাৰ
মাথো শতকোটি নমন
জ্ঞানপ্ৰপাত তোমাতে শৰণ।



শিক্ষক দিৱসত সশ্ৰদ্ধ প্ৰণিপাত মোৰ পৰম আৰাধ্য শিক্ষাগুৰু সকললৈ, যাৰ অবিহনে হয়তো মোৰ কোনো অস্তিত্বই নাই। আপোনালোকৰ সুস্বাস্থ্য আৰু সুদীৰ্ঘ জীৱন কামনা কৰিলো।

Comments

Popular posts from this blog

তথ্য উদ্ধাৰ -১ শকাব্দ/ খ্ৰীষ্টাব্দ

অনুগল্প

মহা মহা পুৰুষৰ চানেকিৰে জীৱন (খ)