অনুগল্প : বুজনি
অনুগল্প : বুজনি
২০০০ চন
ডালিমী বৰুৱাই জীয়েক ডালিক বুজাইছে , আইঅ' আমি হ'লো ৰজাঘৰীয়া সম্ভ্ৰান্ত ঘৰৰ। তোৰ হিয়া দিয়া নিয়া কৰিবলৈ মন গ'লে আমাৰ স্টেন্ডাৰ্ডৰ ঘৰ এখনহে চাবি।
২০২০ চন
ডালি বৰবৰুৱাই জীয়েক পী মানে পৰ্ণাক বুজাইছে। বেবী য়ু ন' হাঊ মাচ্ ৱি লাভ য়ু। য়ু আৰ আৱাৰ আখো কা তাৰা। টুমৰো য়ু আৰ গঈঙ ফৰ ডেট, ৱেল ডাট আই কেন আজুম ফ্ৰম য়ুৰ ব্লাছ। বেৱী , মেক চিঊৰ, য়ু কীপ ৰিলেচনচিপ ৱিড আ মেন অনলি। প্লিজ বেৱী।
Comments
Post a Comment