মন‌মহাৰ্ণৱ

তোমাৰ কহুঁৱা কোমল উশাহ
আছাৰ খাই মোৰ বুকুত
মৰম আৰু সপোনে
ভিৰ কৰেহি মোৰ চকুত
#মহাৰ্ণৱ#মন

Comments

Popular posts from this blog

তথ্য উদ্ধাৰ -১ শকাব্দ/ খ্ৰীষ্টাব্দ

অনুগল্প

মহা মহা পুৰুষৰ চানেকিৰে জীৱন (খ)