স্তৱক
গান্ধাৰী হ'ব নোৱাৰোঁ
আৰু নোৱাৰোঁ ঢাকিব দুচকু
সময় বা সমাজ সলনি হ'লেও
সলনি নহয় মানসিকতা
অপবাদ প্ৰতিবাদৰ জুইত নেসেকিলে
যুগে যুগে পাষণ্ডৰ আঁচোৰ পৰিব
আৰু নালাগে গান্ধাৰীৰ চকুৰ পৰ্দা
জীয়াই থকাৰ অধিকাৰ নিদিওঁ কাকো কাঢ়ি নিব।
গান্ধাৰী হ'ব নোৱাৰোঁ
আৰু নোৱাৰোঁ ঢাকিব দুচকু
সময় বা সমাজ সলনি হ'লেও
সলনি নহয় মানসিকতা
অপবাদ প্ৰতিবাদৰ জুইত নেসেকিলে
যুগে যুগে পাষণ্ডৰ আঁচোৰ পৰিব
আৰু নালাগে গান্ধাৰীৰ চকুৰ পৰ্দা
জীয়াই থকাৰ অধিকাৰ নিদিওঁ কাকো কাঢ়ি নিব।
Comments
Post a Comment