কবিতা

হাতত নধৰিবা
বিশ্বাসৰ বীজটোয়ে গজালি মেলিব
ৰামধেনুৰ আনটো মুৰ লৈ 
যাবলৈ দেখোন হেঁপাহ নাই
কাজিনেমুৰ বাকলি চকলিয়াই থৈছোঁ
গুটিবোৰ চোবাই খা

Comments

Popular posts from this blog

তথ্য উদ্ধাৰ -১ শকাব্দ/ খ্ৰীষ্টাব্দ

অনুগল্প

মহা মহা পুৰুষৰ চানেকিৰে জীৱন (খ)