Posts

Showing posts from September, 2019

অনুগল্প : উপলব্ধি

অংকুদা মানুহজন বেলেগ৷ সকলোৱে তেওঁৰ জ্ঞানৰ ওচৰত হাৰ মানে আৰু কামোৰৰ উৎপাতত পলাই ফুৰে৷ কৰবাত লগ পালে এৰি নিদিয়ে৷   বিমল , কমলা পছন্দৰ লগত তুলসীৰ মিশ্ৰণটো জোকাৰি থাকোঁতেই ...

সপোন আৰু দিঠক

যাও বুলি কৈ তুমি আতৰি গলা... মই ডুবি ৰলো সপোন আৰু দিঠকৰ চাকনৈয়াত। কিমান দুৰ আগুৱালেনো ঘুৰি অহাৰ পথ নাথাকে? কিমান দুৰ আহিলেনো তোমাক হেৰুওৱাৰ অৱকাশ নাথাকে? হাঁহি থকা চকুযুৰি...

ৰাম পিৰিতী

ৱাচিং পাওদাৰ নিৰমা আৰু লাইভৱই চাবোনেৰে গা মুৰ ধোৱা দিনৰ  কথা৷ কথাটো মানে এনেকুৱা, চাবোনৰ ফেনখিনি হাতত জমা কৰি দুয়ো হাতৰ তলুৱাত  কিটিপত ৰাখি ফু মাৰি বেলুন বনাব নোৱাৰিলে ...

নদী

নদী মই নিৰৱধি কলকল কলকল কৰি বগুৱাই যাওঁ তোমাৰ বুকুৰে নিৰলশে অসীমলে।।         অযুত প্ৰীতি আৰু শুভকামনাৰে....

দোখৰ

ৰাস্তাৰ মাজত দুজন মানুহে কথা পাতি আছিল৷ আছলতে ফুটপাথত দোকানৰ ভিৰ থকা  বাবেই তেওঁলোকে তেনেকৈ কথা পাতি আছিল৷ মন কৰিলোঁ অন্য এটা কথাৰ বাবেহে৷  আদহীয়া ব্যক্তি দুজনে ৰাস্ত...

আধাৰুৱা

আধাৰুৱা ভিডিঅ এটা চাই আছিলো৷ অস্ট্ৰেলিয়াৰ এটি মধ্যবিত্ত পৰিয়ালৰ কনিষ্ঠাজনী মানসিক ভাৱে দুৰ্বল৷ কিবা ৰোগত আক্ৰান্ত৷ পৰিয়ালটোৱে বুজি উঠিছে অনাগত দিনবোৰত তাই সন্মুখ...

মহিমা মাহী

মহিমা মাহী সৰু ভাইটিৰ চূড়াকৰনৰ সময়ত মই অলপ জনা বুজা হৈছিলো৷ বিশেষকৈ মুখত লিপিস্টিক আৰু চকুত কাজল লগাই অহা দুই এক আলহীৰ গাত যে ৰজনীগন্ধাৰ গোন্ধ আছে আৰু সেই তেনেকুৱা গোন্...

ৰাজনীতিৰে পৰিচয়

ৰাজনীতিৰে পৰিচয়ঃ আজিৰ পৰা দহ পোন্ধৰ বছৰ আগৰ কথা৷ স্কুলীয়া দিন চলি আছিল ৷ আমাৰ সৰুজনীয়ে মাজে মাজে নৃত্য কৰে৷ সেইবাৰ কি উপলক্ষত মনত নাই, কিন্তু তাই কিবা এটা গানত আধুনিক নৃত...

দূখৰিয়া

সৰুতে শুনা কাহিনীটো এনেকুৱা৷ : আমিবোৰে ৰাতিপুৱাৰ পৰা শাৰী পাতি থিয় হৈ আছিলো৷ বেলি দুপৰৰ পৰা ডুবিবৰ সময় পাইছিলগৈ৷ ভোকত কলমলাই আছে সকলোবোৰ৷ কিন্তু সকলোৱে অধীৰ অপেক্ষাৰে...

সংস্কৃতিৰ ঢৌ

সংস্কৃতিৰ ঢৌ আজি কেইদিনমানৰ পৰা বিদেশী ভাষাৰ ছবি বা চিৰিজ চোৱাৰ চখ উঠিছে৷ সিদিনা এখন পাকিস্তানী চিৰিজ চাব ল’লো৷ কাহিনীৰ নায়ক আৰু বিধৱা মাক আমেৰিকাৰ নাগৰিক৷ পিছে মাকৰ ...

পংক্তি

মোৰ দুৱাৰডলিত হেজাৰ বিজাৰ জোনাকী একাজলি দিম ৰবা পোহৰাব তোমাৰ হিয়াখনি

চাইকেল পৰ্ব

#চাইকেল পৰ্ব দেউতাৰ চাইকেলখন আছিল ২২ ইন্সিৰ হিৰো চাইকেল৷ ভগৱানে আকৌ মোৰ হাত ভৰিৰ হাঁড়বোৰ এফুটমানহে দীঘলীয়া কৰি থৈছিল৷ গতিকে স্কুলত ডেক্সৰ ওপৰত সগৌৰৱে বহি থকা মোৰ কিতা...

মন‌মহাৰ্ণৱ

তোমাৰ কহুঁৱা কোমল উশাহ আছাৰ খাই মোৰ বুকুত মৰম আৰু সপোনে ভিৰ কৰেহি মোৰ চকুত #মহাৰ্ণৱ#মন